ঘোটনীঘোটা

ঘোটনী মাৰি (Assamese) [ Roman: gho`.to.ni ma.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-07-23
1. (Material Noun-Neuter) a bamboo rod for beating or stirring boiled surgarcane juice (syrup) during preparation of molasses or treacle. কুঁহিয়াৰৰ পগোৱা ৰস ঘুঁটি গুৰ তৈয়াৰ কৰা এডাল বাঁহৰ তিনি-চুকীয়াকৈ এচলা কামি লগাই লোৱা মাৰি।
English: stirrer,
Assamese: ঘোটনী, ঘোটনী মাৰি

Related Idea:

a. Material Noun-Neuter: ঘোঁটনা...